← ফুৰি যাওক

লিতা

litā

অৰ্থ

1.

এসোবা ফটাকানিৰ নিচিনা লেউসেউ; পুৰুষ-শক্তিহীন

impotent

বিণ.

2.

ক্ষীণ আৰু দুৰ্বল; লাহী

thin; slender

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ