← ফুৰি যাওক

লিংলিঙীয়া

liṃliṅīẏā

অৰ্থ

1.

পাতল আৰু ক্ষীণ; লাহী; দীঘল আৰু ঘন নোহোবা; শ্ৰী নথকা (চুলি, বন আদি)

thin, long and sparse

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

লিংলিঙীয়া · অসমীয়া অভিধান