কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘খ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- খেঁকেৰু-পতীয়ানীAdjective
পাতি খোবা খেঁকেৰুৰ আকৱতিৰ; ভিৰোবা ধেনুৰ নিচিনা মাজ-বহল, আগ-জোঙা; যেনে -"খেঁকেৰু-পতীয়া ঢেঁকীয়া"
bow-shaped; flat and broad at the middle and tapering towards the ends
- খেচkhecaAdjective
নীচ; অধম; খেৰেচ
low; vile; mean
- খেচা-খোবাkhecā-khobāAdjective
বেয়া বা টান মাত খোবা; তিৰস্কাৰ বা অপমান পোবা
taunted; reproached
- খেচেৰাkhecerāAdjective
বিজতৰীয়া; বেয়া স্বভাবৰ; অভদ্ৰ
of bad conduct; unmannerly
- খেচ্খেচীয়াAdjective
কৰ্কশ
harsh; vexing
- খেতিয়কNoun
খেতি কৰা মানুহ; কৱষক
a cultivator
- খেদি-থোবাkhedi-thobāAdjective
খেদা খোবা; দূৰীকৱত; বলৰ দ্বাৰা বহিৰ্ভূত; যেনে-"তোমালোক খেদি-খোবা গোহাঁই, আমি কেনেকৈ ৰজা ল'ম"
driven off; divorced; expelled
- খেদিতkheditaAdjective
দুঃখিত; শোকগ্ৰস্ত
afficted with grief; sorrowful
- খেলিমেলিkhe.li.me.liAbstract Noun
টানত পৰি বিতত বা বিবুদ্ধি অৱস্থা।
Impaired orientation with respect to time, place, or person; a disturbed mental state
- খেলিমেলিকৈke.li.me.li.koiVerbal Adj.
কোনো শৃংখলা নোহোৱাকৈ।
in a disorderly manner.
- খেলুবাইkhelubāiAdjective
খেলত পাৰ্গত মানুহ
skilled in play or games
- খেলুবাৰীAdjective
খেলাত পাৰ্গত
expert in playing
- খেলুবৈkhelubaiAdjective
খেলত পাৰ্গত মানুহ
skilled in play or games
- খেলোবাৰAdjective
খেলাত পাৰ্গত
expert in playing
- খেলোবাৰীAdjective
খেলাত পাৰ্গত
expert in playing
- খেল্মেলkhelmelaAdjective
আউল-বাউল; বিশৱঙ্খল; সান-মিহলি; লেট্পেট্
confused; disordered
- খেহনেজীয়াkheh.ne.ji.yaProper Adj.
ধূলি-মাকতি বা অদৰকাৰী বস্তুৰে পৰিপূৰ্ণ বা আৱৰি থকা।
soiled with dirt; filled with unwanted materials.
- খেহেটাkheheṭāAdjective
মলি-থকা; জধলা; ফেদেলা; লেতেৰা
dirty; slovenly; of filthy habits
- খেহ্নেজীয়াkhehnejīẏāAdjective
অতি সামান্য; নীহ (মানুহ)
very mean; like a brute
- খেহৰুগীয়াkheharugīẏāAdjective
খেহ ৰোগে ধৰা
consumptive