← ফুৰি যাওক

খেচ

kheca

অৰ্থ

1.

নীচ; অধম; খেৰেচ

low; vile; mean

বিণ.

2.

অধম বা নীচ মানুহ

a vile or mean person

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ