কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কালাগ্নিkālāgniNoun
সমস্ত সৱষ্টি নষ্ট কৰা কালৰূপ অগ্নি
the universal conflagration, which is to destroy the world
- কালাচোৰkālācoraNoun
কল্পিত মানুহ; নোহোবা মানুহ; যেনে-"তই নিনি কোনো কালাচোৰ বস্ত্তটো নিলে?"
any unknown or imaginary man
- কালাজিনMaterial Noun
ক'লা হৰিণৰ ছাল
the skin of a black deer
- কালানুক্ৰমAbstract Noun
অতীতত ঘটা ঘটনাৰ কাল বা সময় অনুযায়ী কৰা উল্লেখ।
the sequential order in which past events occur.
- কালানৌচিত্যদোষAbstract Noun
কোনো বস্তু বা কাৰ্যৰ সৈতে সংগতি নথকাকৈ কৰা উপস্থাপন
the placing of an object or an action out of its proper time
- কালান্তকkālāntakaAdjective
যি জীবন অন্ত বা শেষ কৰে; প্ৰলয় কৰা; মহাভয়ঙ্কৰ; ভীষণ
dreadful
- কালান্তৰka.lan.torAbstract Noun
নতুন অথবা অন্য এক যুগ
another or a new era or age
- কালাপাহাৰkālāpāhāraNoun
দেবমূৰ্ত্তি ভাঙি ফুৰা এজন মুছলমান বীৰ।
- কালাভ্ৰMaterial Noun
ক'লা মেঘৰ এক ডাঙৰ থোপ
a large mass of black clouds
- কালাশুদ্ধিkālāśuddhiNoun
অবাল; যি সময়ত ব্ৰত আদি শুভ কাম কৰা নিষিদ্ধ।
- কালাশৌচkālāśaucaNoun
পিতা-মাতাৰ মৱত্যুৰ বাবে এবছৰলৈ থকা অশৌচ।
- কালায়সMaterial Noun
গলাব পৰা, চুম্বকীয় এবিধ গধূৰ ধাতু, য`ত সেমেকা বায়ুৰ সংস্পৰ্শত মামৰে ধৰে। ই সবাতোকৈ অধিক ব্যৱহৃত ধাতু আৰু জৈৱিক প্ৰক্ৰিয়াৰ বাবেও অতি আৱশ্যকীয়।
a heavy malleable ductile magnetic silver-white metallic element that readily rusts in moist air, occurs native in meteorites and combined in most igneous rocks, is the most used of metals, and is vital to biological processes.
- কালাৰিProper Noun
One of the Trimurti, the three primary aspects of the divine in Hinduism. Other of the Trimurti are Brahma and Vishnu. In the Trimurti system, Brahma is the creator, Vishnu is the maintainer or preserver, and Shiva is the destroyer or transformer.Shiva is usually worshipped as the Shiva linga. In images, he is generally represented as immersed in deep meditation or dancing the Tandava upon the demon of ignorance in his manifestation of Nataraja, the lord of the dance.
- কালিkāliNoun
মুখেৰে ফুঁবাই বজোবা এবিধ মুখ-বহল তাম বা পিতলৰ পেঁপা
a clarion; a pipe
- কালি গণ্ডকীka.li gon.do.kiProper Noun
নেপালৰ এখন প্ৰধান নৈ৷ গংগাৰ এখন ডাঙৰ উপনৈ৷
The Kali Gandaki or Gandaki River (also known as the Narayani in southernNepal and the Gandak in India) is one of the major rivers of Nepal and a left bank tributary of the Ganges in India. It is also called Krishna Gandaki in Nepal.
- কালি-দমনkāli-damanaNoun
শঙ্কৰদেব-ৰচিত এখন নাটক।
- কালিকাkālikāNoun
কালী; শিবৰ ভাৰ্য্যা; দুৰ্গাৰ এক কলা; চতুৰ্ভুজ, উলঙ্গ আৰু শিবৰ বুকত থিয় হৈ থকা মূৰ্ত্তি [পুৰাণৰ মতে ৰক্তবীজ নামেৰে এক অসুৰক বধ কৰিবৰ কাৰণে দুৰ্গাই এই ৰূপ ধৰাত তেওঁৰ খোজত পৱথিবী তললৈ বহি যায় যেন হৈছিল। সেয়ে নহ'বৰ কাৰণে মহাদেবে তেওঁক বুকু পাতি ধৰিছিল।]
the goddess Kālī
- কালিকা পুৰাণka.li.ka pu.ranProper Noun
(আনুমানিক ১০ম শতিকা) এখন হিন্দু ধাৰ্মিক গ্ৰন্থ৷ ইয়াক ১৮ খন উপপুৰাণৰ এখন বুলি গণ্য কৰা হয়৷ পুৰণি কাব্যখনত ৯৮টা পঠত ৯০০০টা পৰিচ্ছেদ আছে৷ কালী দেৱীৰ বিভিন্ন ৰূপ যেনে `গিৰিজা`, `দেৱী`, `ভদ্ৰকালী`, `মহামায়া` আদিৰ স্তুতি কৰা এইখন একমাত্ৰ কাব্যশৃঙ্খল৷ এই গ্ৰন্থত কামৰূপ ৰাজ্যৰ পৰ্বত-পাহাৰৰ বৰ্ণনাৰ উপৰিও `কামাখ্যা` বা `কামাখ্যী` দেৱীৰ মন্দিৰৰ উল্লেখ আছে়
(ca. 10th century) A Hindu religious text, considered as one of the 18 Upapuranas. The extant text contains 98 chapters with over 9000 stanzas and is the only work of the genre dedicated to the worship of the goddess Kali in her manifold forms such as Girija, Devi, Bhadrakali, and Mahamaya. This text describes in details about the rivers and mountains at Kamarupa tirtha and mentions about the temple of the goddess Kamakshya or Kamakshi
- কালিঘুঁকিkālighum̐kiNoun
কণামুচৰিৰ আকৱতিৰ এবিধ ক'লা-বৰণীয়া মাছ খোবা চৰাই
a kind of bird
- কালিদাসkālidāsaNoun
ভাৰতবৰ্ষৰ এজন বিখ্যাত কবিৰ নাম [এওঁ বিক্ৰমাদিত্য ৰজাৰ এজনা প্ৰধান সভা-পণ্ডিত আছিল।]
a famous poet who flourished during the time of King Vikramaditya