কালিকা
kālikā
অৰ্থ
1.
কালী; শিবৰ ভাৰ্য্যা; দুৰ্গাৰ এক কলা; চতুৰ্ভুজ, উলঙ্গ আৰু শিবৰ বুকত থিয় হৈ থকা মূৰ্ত্তি [পুৰাণৰ মতে ৰক্তবীজ নামেৰে এক অসুৰক বধ কৰিবৰ কাৰণে দুৰ্গাই এই ৰূপ ধৰাত তেওঁৰ খোজত পৱথিবী তললৈ বহি যায় যেন হৈছিল। সেয়ে নহ'বৰ কাৰণে মহাদেবে তেওঁক বুকু পাতি ধৰিছিল।]
the goddess Kālī
বি.
2.
এজাতি গছত থখা অপদেবতা
a kind of evil spirit
বি.
3.
কোনো বস্ত্ত, দেশ আদিৰ আচল শক্তি
the real spirit
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ