← ফুৰি যাওক

কালি

kāli

অৰ্থ

1.

মুখেৰে ফুঁবাই বজোবা এবিধ মুখ-বহল তাম বা পিতলৰ পেঁপা

a clarion; a pipe

বি.

2.

ক'লা ৰং

black dye

বি.

3.

মহী; আখৰ লেখা জোল

ink

বি.

4.

দীঘলক পুতলেৰে পূৰণ কৰি পোবা ফল; মাটিৰ পৰিমাণ

the area of a land

বি.

5.

এডাল লাহী, দীঘল বাঁহৰ মূৰত, নতুবা বাঁহৰ শলিৰ মূৰত জোহা লো লগাই লোবা, মাছ-কুচিয়া খোঁচা যতন

a fishing spear

বি.

6.

আজিৰ আগৰ বা হৈ যোবা দিন

yesterday

বি.

7.

আজিৰ পাছৰ বা অহা দিন; কাইলৈ

tomorrow

বি.

8.

কালী; কালীয়

a fabulous huge serpent

বি.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ