কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কালনেমিkālanemiNoun
এটা ৰাক্ষস; ৰাবণৰ মোমায়েক [ই ৰাবণৰ বুদ্ধি শুনি ঋষিৰ সাজ পিন্ধি হনুমন্তে লক্ষ্মণক জীয়াবলৈ ঔষধ আনিবলৈ যোবা বাটত আশ্ৰম পাতি আছিল আৰু হনুমন্তৰ লগত কথা পাতি ঔষধ অনাত পলম কৰিবলৈ চেষ্টা কৰিছিল কিন্ত্ত হনুমন্তে তাৰ ফন্দি বুজি পাই তাক বধ কৰিলে; এই কালনেমি পাচত কংস হৈ জন্ম লয়।]।
- কালপঞ্জীAbstract Noun
গুৰুত্বপূৰ্ণ বা ঐতিহাসিক পৰিঘটনাৰ সংঘটনৰ ক্ৰমত তথ্যভিত্তিক লিখিত বিৱৰণ৷
a factual written account of important or historical events in the order of their occurrence.
- কালপুৰkālapuraNoun
অপাৰ পানীৰ মাজত থকা ঠাই [ইয়াৰ এহেজাৰ ফটিকৰ খুটা লগোবা এটা ঘৰত ঈশ্বৰ পুৰুষ অনন্ত শয্যাত শুই থাকে।]।
- কালপুৰুষkālapuruṣaNoun
সুৰুতি ব্ৰহ্মৰ্ষিৰ ভেশ ধৰি ৰামচন্দ্ৰক স্বৰ্গলৈ নিবলৈ অহা এজন পুৰুষৰ নাম [এওঁৰপৰাই ৰামেৰে সৈতে লক্ষ্মণৰ বিচ্ছেদ হয়।]; যেনে-"সেহি সময়ত; আসিলন্ত কালঃ ঋষিৰ ধৰয়া বেশ" (শ., উত্তৰাকাণ্ড)।
- কালফুৰাkālaphurāNoun
যম ৰজাৰ দুজন বৰ চোকা টেকেলাৰ ভিতৰৰ এজন [ইজনৰ নাম সঁফুৰা।]
one of the two most active and terrible messengers of Yama
- কালফুৰা সঁফুৰাNoun
যুটীয়াকৈ লোকৰ অপকাৰ কৰি ফুৰা লোক।
- কালবাঘkālabāghaNoun
যম-সদৱশ শত্ৰু
a terrible enemy
- কালভক্ষProper Noun
One of the Trimurti, the three primary aspects of the divine in Hinduism. Other of the Trimurti are Brahma and Vishnu. In the Trimurti system, Brahma is the creator, Vishnu is the maintainer or preserver, and Shiva is the destroyer or transformer.Shiva is usually worshipped as the Shiva linga. In images, he is generally represented as immersed in deep meditation or dancing the Tandava upon the demon of ignorance in his manifestation of Nataraja, the lord of the dance.
- কালভাৰ্টkal.bhartMaterial Noun
নৰ্দমা আদিৰ ওপৰৰ সৰু দলং৷
A small bridge like structure over a drain.
- কালমাহাত্ম্যAbstract Noun
সময়ৰ স্বৰ্গীয় শক্তি
divine power of time
- কালমেঘkālameghaNoun
যকৱতৰ ঔষধ-বিশেষ।
- কালযবনkālayabanaNoun
মহাপৰাক্ৰমী স্বেচ্ছ ৰজা এজন [এওঁ অসংখ্য সৈন্য লৈ মথুৰা আক্ৰমণ কৰিছিল; কৱষ্ণৰ কৌশলত মুচুকুন্দ ৰজাৰ কোপত পৰি ভস্ম হয়।]।
- কালযাপনkal.ja.ponVerbal Noun
কোনো নিৰ্দ্দিষ্ট ধৰণে বা নিৰ্দ্দিষ্ট ঠাইত (সময়) কটোৱা কাৰ্য্য
the act of passing (time) in a particular manner, place, etc
- কালযোগীProper Noun
One of the Trimurti, the three primary aspects of the divine in Hinduism. Other of the Trimurti are Brahma and Vishnu. In the Trimurti system, Brahma is the creator, Vishnu is the maintainer or preserver, and Shiva is the destroyer or transformer.Shiva is usually worshipped as the Shiva linga. In images, he is generally represented as immersed in deep meditation or dancing the Tandava upon the demon of ignorance in his manifestation of Nataraja, the lord of the dance.
- কালশনিCommon Noun
এক অতি মাৰাত্মক ব্যক্তি
an extremely malignant person
- কালসংহতিkal.xong.ho.tiAbstract Noun
শংকৰদেৱৰ মৃত্যুৰ পাছত, বৈষ্ণৱ ধৰ্ম্ম ব্ৰহ্মসংহতি,পুৰুষসংহতি, কালসংহতি আৰু নিকাসংহতি এই চাৰি ভাগত বিভক্ত হৈছিল৷ দামোদৰৰ মত হ`ল ব্ৰহ্মসংহতি , শংকৰৰ মত পুৰুষসংহতি, গোপাল দেৱৰ আৰু অনিৰুদ্ধদেৱৰ কালসংহতি আৰু মাধৱৰ নিকাসংহতিl
After Srimanta Sankardev, Baishavism in Assam breaks down to 4 sects. Brahma-sanghati by Damodardev, Kalsanghati by Gopaldev and Aniruddhadev, Nikasanghati by Madhavdev and Purushsanghati by Sankardev himself.
- কালসন্ধ্যাkal.xon.dhyaAbstract Noun
জ্যোতিষ শাস্ত্ৰৰ মতে দিনৰ অশুভ বা অমংগলীয়া সময় ।
According to astrology an inauspicious time/part of the day.
- কালসমুদ্ৰAbstract Noun
অসীমলৈ ব্যাপ্ত সময়; মৃত্যুৰ পাচৰ কাল
eternal duration, the time after death
- কালহৰণVerbal Noun
অবাবত সময় নষ্ট কৰা কাৰ্য
passage of time with no productive activities
- কালাkālāAdjective
ক'লা
black