← ফুৰি যাওক

কালপুৰুষ

kālapuruṣa

অৰ্থ

1.

সুৰুতি ব্ৰহ্মৰ্ষিৰ ভেশ ধৰি ৰামচন্দ্ৰক স্বৰ্গলৈ নিবলৈ অহা এজন পুৰুষৰ নাম [এওঁৰপৰাই ৰামেৰে সৈতে লক্ষ্মণৰ বিচ্ছেদ হয়।]; যেনে-"সেহি সময়ত; আসিলন্ত কালঃ ঋষিৰ ধৰয়া বেশ" (শ., উত্তৰাকাণ্ড)।

বি.

2.

সাতোটা অতি উজ্জ্বল নক্ষত্ৰ থকা ৰাশি

the constellation Orion

বি.

3.

মৱত্যু-দেবতা।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ