← ফুৰি যাওক

কালনেমি

kālanemi

অৰ্থ

1.

এটা ৰাক্ষস; ৰাবণৰ মোমায়েক [ই ৰাবণৰ বুদ্ধি শুনি ঋষিৰ সাজ পিন্ধি হনুমন্তে লক্ষ্মণক জীয়াবলৈ ঔষধ আনিবলৈ যোবা বাটত আশ্ৰম পাতি আছিল আৰু হনুমন্তৰ লগত কথা পাতি ঔষধ অনাত পলম কৰিবলৈ চেষ্টা কৰিছিল কিন্ত্ত হনুমন্তে তাৰ ফন্দি বুজি পাই তাক বধ কৰিলে; এই কালনেমি পাচত কংস হৈ জন্ম লয়।]।

বি.

2.

হিৰণ্যকশিপুৰ পুতেক।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কালনেমি · অসমীয়া অভিধান