← ফুৰি যাওক

কালপুৰ

kālapura

অৰ্থ

1.

অপাৰ পানীৰ মাজত থকা ঠাই [ইয়াৰ এহেজাৰ ফটিকৰ খুটা লগোবা এটা ঘৰত ঈশ্বৰ পুৰুষ অনন্ত শয্যাত শুই থাকে।]।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কালপুৰ · অসমীয়া অভিধান