কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘দ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- দপালনিdo.pa.lo.niVerbal Noun
লোকক ঠাট্টা-মস্কৰা কৰিবলৈ ব্যৱহাৰ কৰা কথা অথবা কাৰ্য্য|
treatment or behavoir with lack of respect, esteem, or courteous regard; Language or behaviour intended to mock or humiliate.
- দপিতাMaterial Noun
আঁঠুৰ ওপৰৰ পৰা কঁকাল পৰ্য্যন্ত মাজৰ চোৱা।
the portion of the leg between the knee and the pelvic region.
- দপ্তৰdaptaraNoun
পুথি, বহী আদি থোবা, আৰু আমোলা- কাকতীয়ে লিখা-পঢ়া কৰা ঘৰ
an office
- দপ্তৰীdop.to.riCommon Noun
কিতাপ বান্ধোতা।
a person who binds papers into a single book.
- দপ্তৰীখানাdop.to.ri.kha.naCommon Noun
কিতাপ আদি বন্ধা ঠাই।
a place where books are bound.
- দপ্দপ্dapdapNoun
ঘনাই গাৰোহণি মাৰিলে, বৰ বৰষুণ দিলে, বৰকৈ জুই লাগিলে হোবাৰ নিচিনা শব্দ
an imitative word used to express a heavy roaring sound of a stampede, heavy rains or a blazing fire
- দফতৰdaphataraNoun
পুথি, বহী আদি থোবা, আৰু আমোলা- কাকতীয়ে লিখা-পঢ়া কৰা ঘৰ
an office
- দফাdaphāNoun
বাৰ, বেলি
a time
- দফাদাৰNoun
এদল বা নিৰ্দ্দিষ্ট সংখ্যাৰ সেনা বা বনুবা আদিৰ ওপৰ শ্ৰেণীৰ বিষয়া
the immediate headman over a number of soldiers or labourers
- দবনাdabanāNoun
দমনা; যেনে-"সিদিনাত কৰি দবনাৰ গন্ধ চলে" (শঙ্কৰ- চৰিত)।
- দবনিdabaniNoun
দবা, ঢোল আদি বজোবা কাৰ্য্য
the act of beating a drum or kettle-drum
- দবহাNoun
শকত বা মঙহাল মানুহ।
- দবাdabāTransitive verb
তললৈ হেঁচ্; নত কৰ্; খাল কৰ্; হেঁচি বহুবা; . কৱদ
to press down
- দবা- কানীয়াNoun
বৰকৈ কানি খোবা মানুহ
a confirmed opium eater
- দবা-খেলdabā-khelaNoun
দুজন মানুহে কাপোৰ বা কাঠৰ পাটত অঁকা ঢালত গুটি বুলাই খেলা এবিধ খেল; শতৰঞ্জ খেল
chess
- দবা-খৰdabā-kharaNoun
খৰ; অনাবৱষ্টি।
- দবা-প'ৰলিdabā-pa'raliNoun
ঘৰৰ ছাউনি ডাঠ হ'বৰ কাৰণে চালৰ মুখত বন্ধা ঢাপলি
the undermost layer of thatch on the eaves of a house
- দবা-প’ৰলিdo.ba-po.ro.liMaterial Noun
ঘৰৰ ছাউনি ডাঠ হ’বৰ কাৰণে চালৰ মুখত বন্ধা ঢাপলি বা দাঁতিত বন্ধা খেৰৰ একেবাৰে তলৰ তৰপ
the undermost layer of thatch on the eaves or lower edges of the roof of a house
- দবাখেলdo.ba.khelMaterial Noun
দুজন খেলু্ৱৈৰ মাজত খেলা এখন বুদ্ধিৰ খেল৷
A board game for two players, each beginning with 16 pieces of six kinds that are moved according to individual rules, with the objective of checkmating the opposing king
- দবৰাMaterial Noun
ছালত (বিশেষকৈ মুখমণ্ডলত) হোৱা সৰু ফোঁহা।
small swelling of the skin, usually caused by acne; a papule or pustule.