দবনি
dabani
অৰ্থ
1.
দবা, ঢোল আদি বজোবা কাৰ্য্য
the act of beating a drum or kettle-drum
বি.
2.
দবা, ঢোল আদিৰ শব্দ
the sound of a drum or kettle-drum
বি.
3.
খোল, ঢোল আদিৰ বাওঁহাতে বজোবা মূৰ; তালিৰ বিপৰীত মূৰ
the end of a drum on the left hand side of the player
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ