← ফুৰি যাওক

দবা

dabā

অৰ্থ

1.

তললৈ হেঁচ্; নত কৰ্; খাল কৰ্; হেঁচি বহুবা; . কৱদ

to press down

সক. ধা.

2.

নাগেৰাৰ আকৱতিৰ কিন্ত্ত তাতকৈ বৰ ডাঙৰ এবিধ কোবাই বজোবা বাদ্য

a big kettle-drum

বি.

3.

বৰ; ছোবালী বিয়া কৰিবলৈ ওলোবা মানুহ

a bride-groom

বি.

4.

তোলনি বিয়াত কন্যা নোবাওঁতে কন্যাৰ আগত ৰোবা কলপুলি

a plantain plant planted before a girl during the ceremonial bath given to her on her attaining puberty, as a symbol of a bridegroom

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ