কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘অ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- অকুশলakuśalaNoun
অমঙ্গল; অশুভ
inauspicious; evil
- অকূৰ্চor.kusCommon Noun
বিষ্ণুৰ নৱম অৱতাৰ বুলি খ্যাত, সূৰ্যবংশী ৰজা শুদ্ধোদন আৰু মায়াদেৱীৰ পুতেক৷ এওঁ উদাসীন হৈ বৌদ্ধ ধৰ্ম সৃষ্টি কৰে৷
Gautama Buddha in Hinduism is viewed as an nine incarnation of Vishnu. In the Puranic text Bhagavata Purana, Hi is son of King Suddhodana and Mayadevi. He is a founder of Buddhism.
- অকৃতকাৰ্যতাo.kri.to.kar.jo.taAbstract Noun
সন্তোষজনকভাৱে কাৰ্য্য নিৰ্ব্বাহ কৰিবলৈ বা কোনো কাম কৰিবলৈ সমৰ্থ নোহোৱা
The inability to function or perform satisfactorily
- অকৃতকৃত্যতাo.kri.to.kri.tyo.taAbstract Noun
সন্তোষজনকভাৱে কাৰ্য্য নিৰ্ব্বাহ কৰিবলৈ বা কোনো কাম কৰিবলৈ সমৰ্থ নোহোৱা
The inability to function or perform satisfactorily
- অকৃতকৰ্মতাo.kri.to.koAbstract Noun
সন্তোষজনকভাৱে কাৰ্য্য নিৰ্ব্বাহ কৰিবলৈ বা কোনো কাম কৰিবলৈ সমৰ্থ নোহোৱা
The inability to function or perform satisfactorily
- অকৃতজ্ঞতাo.kri.tog.go.taAbstract Noun
উপকাৰ নমনা অথৱা উপকাৰৰ সলনি অপকাৰ কৰা স্বভাৱ |
Not giving due return or recompense for benefits conferred.
- অকৃতাৰ্থতাo.kri.tar.tho.taAbstract Noun
সন্তোষজনকভাৱে কাৰ্য্য নিৰ্ব্বাহ কৰিবলৈ বা কোনো কাম কৰিবলৈ সমৰ্থ নোহোৱা
The inability to function or perform satisfactorily
- অকৃতিo.kri.tiAbstract Noun
বেয়া আচৰণ ।
unacceptable or improper behaviour.
- অকৌটিল্যo.kou.ti.lyoAbstract Noun
the quality which makes people simple
- অক্টেন সংখ্যাNoun
অক্টেন সংখ্যা
অক্টেন সংখ্যা
- অক্টোপাছok.to.pasCommon Noun
আঠখন ঠেং থকা এবিধ সাগৰীয় প্ৰাণী ৷
A sea animal with eight legs
- অক্টোবৰakṭobaraNoun
ইঁৰাজী দশম মাহৰ নাম।
October
- অক্ত্তিakttiNoun
ওকালি; বাঁতি আহিব খোজা
vomiting tendency
- অক্লেশakleśaNoun
ক্লেশ, কষ্ট বা ক্লান্তিৰ অভাব
want of trouble of pain
- অক্ষakṣaNoun
পাশা; পাশটি
a die or cube for playing
- অক্ষ দণ্ডo.khyo don.doAbstract Noun
কাল্পনিক ৰেখা যাক কেন্দ্ৰ কৰি কোনো বস্তু ঘূৰে
Imaginary line about which a body rotates
- অক্ষ-সমান্তৰালakṣa-samāntarālaNoun
(ভূগোল) অক্ষবৱত্ত।
- অক্ষ-সূত্ৰakṣa-sūtraNoun
জপমালা; যেনে-"অক্ষ-সূত্ৰ কমণ্ডলু হাতত বিৰাজে" (কুমৰ-হৰণ)।
- অক্ষ-ৰেখাakṣa-rekhāNoun
(ভূগোল) বিষুব-ৰেখাৰপৰা সমান দূৰত উত্তৰে আৰু দক্ষিণে কল্পনা কৰি লোবা বৱত্তাকাৰ ৰেখা
parallel of latitude
- অক্ষক্ৰীড়াakṣakrīṛāNoun
অক্ষেৰে কৰা ক্ৰীড়া; পাশা খেলা
gambling