← ফুৰি যাওক

অক্ষ

akṣa

অৰ্থ

1.

পাশা; পাশটি

a die or cube for playing

বি.

2.

বিষুব-ৰেখাৰ ছয়োফালৰ যি কোনো ঠাইৰ দূৰত্ব।

বি.

3.

মেৰুদণ্ড

the axis of the earth

বি.

4.

চকু।

বি.

5.

ৰবি-মাৰ্গৰপৰা কোনো গ্ৰহ বা নক্ষত্ৰৰ দূৰত্বৰ পৰিমাণ।

বি.

6.

গ্ৰহসকলৰ আবৰ্ত্তন-পথ।

বি.

7.

গাড়ীৰ চকাৰ মাজৰ শলাডাল; ঘুৰা

the axle

বি.

8.

মালাৰ গুটি; ৰুদ্ৰাক্ষ

বি.

9.

ৰাবণৰ এজন পুতেক।

বি.

10.

গৰুড়।

বি.

11.

ভোমোৰা-গুটি।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

অক্ষ · অসমীয়া অভিধান