অক্ষ-সূত্ৰ
akṣa-sūtra
অৰ্থ
1.
জপমালা; যেনে-"অক্ষ-সূত্ৰ কমণ্ডলু হাতত বিৰাজে" (কুমৰ-হৰণ)।
বি.
2.
অক্ষ বা জপমালাৰ সূত্ৰ; যি সূতাৰে জপমালা গঁথা হয়।
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ