কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ৰ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ৰাজ্যিকra.jyikProper Adj.
ৰাজ্যৰ বা ৰাজ্য সম্পৰ্কীয়
of or relating to the state
- ৰাতি-বঞ্চাAdjective
ৰাতি খপি বা নোশোবাকৈ থকা; যেনে-"ৰাতি-বঞ্চা সবাহ"
passing night without sleep
- ৰাতুলrātulaAdjective
ৰঙা
red
- ৰাত্ৰিচৰra.tri.sorProper Adj.
ৰাতিৰ বা ৰাতি হোৱা, অথবা ৰাতি কৰ্মৰত
Of or by the night, or Active by the night
- ৰাশিকৃতra.xi.kri.toVerbal Adj.
যাক দ’ম কৰি থোৱা হৈছে
arranged as a heap or stack
- ৰাষ্ট্ৰrāṣṭraNoun
এক শাসনৰ অন্তৰ্গত দেশ
a country
- ৰাষ্ট্ৰীয়rāṣṭrīẏaAdjective
জাতীয়; সমস্ত দেশ-সম্পৰ্কীয়; যেনে-"ৰাষ্ট্ৰীয় মহাসভা বা বিপ্লব"
national
- ৰাসায়নিকrāsāẏanikaAdjective
ৰসায়ন-ক্ৰিয়া-সম্বন্ধীয়; দুই বস্ত্ত মিলি আন এটা বেলেগ গুণৰ বস্ত্ত হোবা সম্বন্ধীয়; ৰসায়ন-শাস্ত্ৰ-সম্বন্ধীয়
chemical
- ৰাহাকrāhākaAdjective
প্ৰচুৰ; অধিক; ঘহুত; . ক্ৰি.য় বিণ. ৰাহাককৈ।
abundant
- ৰাহিrāhiNoun
"ৰাশি" চোবাঁ।
- ৰাহিয়ালrāhiẏālaAdjective
গোটাই খোবা; সাঁচতীয়া; ৰাহি কৰা
sparing; economical; frugal
- ৰাহুগ্ৰস্তAdjective
ৰাহু গ্ৰহে গিলা বা ঢকা (চন্দ্ৰ বা সূৰ্য্য)
eclipsed
- ৰিংৰিঙীয়াring.ri.ngi.yaProper Adj.
কোনো লগ নাইকিয়া ব্যক্তি, লগ-সংগ নোহোৱা অৱস্থা
one who has no company; an atmosphere of having no company
- ৰিক্তriktaAdjective
শূন্য; উদং
empty
- ৰিঙাriṅāAdjective
পাতল; গহীন বা ডাঠ নোহোবা; যেনে-ৰিঙা ঘৰ, মাত বা বৰণ
lonely; not grave or sonorous; pale
- ৰিঙ্ৰিঙিয়াriṅriṅiẏāAdjective
পাতল; গহীন বা ডাঠ নোহোবা; যেনে-ৰিঙা ঘৰ, মাত বা বৰণ
lonely; not grave or sonorous; pale
- ৰিজনিমূলকri.jo.ni.mu.lokProper Adj.
কোনো দুটা বস্তু বা বিষয়ৰ লগত মিলোৱা বা ৰিজোৱা বিষয়ক (অধ্যয়ন)৷
proceeding by, founded on, or using comparison as a method of study.
- ৰিপুঞ্জনripuñjanaAdjective
শত্ৰুক দমন কৰা; বিজয়ী; জয়যুক্ত
victorious
- ৰিহমrihamaAdjective
দয়ালু
merciful
- ৰিহা ধৰাri.ha dho.raVerbal Adj.
লগৰজনে সহযোগ বা সহায় নকৰিলে নিজেও কৰিবলৈ মান্তি নোহোৱা৷
refusing to do a work unless others also assist or co-operate.