ৰাহি
rāhi
অৰ্থ
1.
"ৰাশি" চোবাঁ।
বি.
2.
সঞ্চিত হোবা; খৰচ নহৈ গোট খাই থকা
accumulated; saved
বিণ.
3.
উদ্বৱত্ত
surplus
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ
rāhi
"ৰাশি" চোবাঁ।
বি.
সঞ্চিত হোবা; খৰচ নহৈ গোট খাই থকা
accumulated; saved
বিণ.
উদ্বৱত্ত
surplus
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ