কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘হ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- হিতৈষণাProper Adj.
যি উপকাৰ বা হিত চিন্তা কৰে
One who wishes good for
- হিতৈষীAdjective
শুভকামী; হিত চিন্তা কৰা
wishing well
- হিন্দুস্তানীhin.dus.ta.niProper Adj.
ভাৰতত জন্ম পোৱা আৰু/বা বসবাস কৰা কোনো ব্যক্তি ৷ ভাৰতবৰ্ষৰ আন এটা নাম হিন্দুস্তান বাবে কেতিয়াবা হিন্দুস্তানী বুলিও কোৱা আৰু লিখা দেখা যায় ৷
A native or inhabitant of India. Hindustani is often used as a synonym of Indian.
- হিন্দুস্থানীhin.dus.ta.niProper Adj.
ভাৰতত জন্ম পোৱা আৰু/বা বসবাস কৰা কোনো ব্যক্তি ৷ ভাৰতবৰ্ষৰ আন এটা নাম হিন্দুস্তান বাবে কেতিয়াবা হিন্দুস্তানী বুলিও কোৱা আৰু লিখা দেখা যায় ৷
A native or inhabitant of India. Hindustani is often used as a synonym of Indian.
- হিন্দুস্হানীAdjective
হিন্দুস্হানৰ; হিন্দুস্হান-সম্পৰ্কীয়; হিন্দুস্হানত হোবা বা ওপজা
belonging to Hindustan
- হিবিজিবিhi.bi.ji.biProper Adj.
ইফাল-সিফাল হৈ কোনো নিয়মমতে নথকা
found or occurring apart from others or as an isolated or casual instance; incidental or occasional
- হিম দংশিতhim dong.xitVerbal Adj.
অতিপাত ঠাণ্ডাত গাৰ কোনো কোনো অংশ, বিশেষকৈ আঙুলি আদিৰ ক্ষতি হোৱা অৱস্থা৷
injured in frost bite
- হিমশীতলhim.xi.to.laProper Adj.
কোনো বস্তু স্পৰ্শ কৰিলে অতিপাত চেঁচা বা ঠাণ্ডা পোৱা ৷
Extremely or uncomfortably cold so as approaching, at, or below the freezing point.
- হিমীভূতhi.mi.bhutVerbal Adj.
ঠাণ্ডাৰ প্ৰভাৱত গোট মৰা বা বৰফলৈ পৰিৱৰ্ত্তিত
congealed by cold or turned into ice
- হিমীভূতকৃতhi.mi.bhut.kri.toVerbal Adj.
বৰফেৰে ঢাক খোৱা বা বৰফে ঢাকি ধৰা
Covered with or having frost.
- হিল্লোলিতhil.lo`.li.toProper Adj.
বতাহ, তাপ বা অনুভূতিৰ প্ৰভাৱত তীব্ৰভাৱে আন্দোলিত
moved or disturbed violently due to wind, temperature or feelings
- হিসা-হিসিhisā-hisiAdjective
প্ৰচুৰ; যেনে-"অশোক পলাশ ফুলি গৈল হিসা-হিসি" (ৰামায়ণ)।
- হিয়াভগাhi.ya.bho.gaProper Adj.
(এক বাৰ্তা বা ঘটনা), যি ইমানেই বেদনাদায়ক যে ই কাৰোবাৰ অন্তৰ বা মানসিক অৱস্থাক তীব্ৰ যন্ত্ৰণা দিয়ে ৷
(a news or event) so sad that it distresses one's heart or mental states.
- হিয়াভৰাhi.ya.bho.raProper Adj.
গভীৰভাৱে অনুভৱ কৰা অনুভূতি৷ উদাহৰণ- হিয়াভৰা মৰম৷
(of a feeling or its expression) deeply and strongly felt; sincere.
- হিয়ালি-জিয়ালিhiẏāli-jiẏāliAdjective
"আউলি-জাউলি" চোবাঁ।
- হিৰণhiraṇaAdjective
সোণালী
golden
- হিৰণ্ময়hiraṇmaẏaAdjective
সোণেৰে সজা বা প্ৰস্ত্তত কৰা
made of gold
- হীন-বলhin-bolProper Adj.
বেমাৰৰ কাৰণে বা খাদ্যৰ অভাৱত অস্বাভাৱিকভাৱে ক্ষীণ হোৱা ৷
Abnormally thin or weak, especially because of illness or a lack of food.
- হীনডেড়ীয়াhin.de.ri.yaProper Adj.
ওচৰা-ওচৰি একে, কিন্তু সম্পূৰ্ণৰূপে শুদ্ধ বা একে নহয়
nearly exact but not perfectly accurate or correct
- হীনপ্ৰভhin.pro.bhaProper Adj.
পোহৰৰ অভাৱত ভালদৰে মনিব নোৱাৰা
obscure from lack of light or emitted light