← ফুৰি যাওক

হিয়াভৰা

hi.ya.bho.ra

অৰ্থ

1.

গভীৰভাৱে অনুভৱ কৰা অনুভূতি৷ উদাহৰণ- হিয়াভৰা মৰম৷

(of a feeling or its expression) deeply and strongly felt; sincere.

প্ৰকৃত বিশেষণ

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

হিয়াভৰা · অসমীয়া অভিধান