← ফুৰি যাওক

হিন্দুস্হানী

অৰ্থ

1.

হিন্দুস্হানৰ; হিন্দুস্হান-সম্পৰ্কীয়; হিন্দুস্হানত হোবা বা ওপজা

belonging to Hindustan

বিণ.

2.

হন্দুস্হান বা উত্তৰ ভাৰতত বাস কৰা এজাতি মানুহ

an inhabitant of Upper or Northern India

বি.

3.

হিন্দীভাষাৰ এটা উপভাষা; সংস্কৱত; পাৰ্চী আদি ভাষা মিহলি হৈ হোবা এটা ভাষা; হিন্দী আৰু উৰ্দ্দূ মিহলি এটা উপভাষা

a mixed dialect of Hindi and Urdu

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

হিন্দুস্হানী · অসমীয়া অভিধান