কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘স’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- সঞ্চাৰীxon.sa.riVerbal Adj.
সহজে বিয়পিব পৰা বা এজনৰ গাৰ পৰা আনজনৰ গালৈ যাব পৰা
capable of being easily communicated or transmitted
- সঞ্চিতsañcitaAdjective
সাঁচি থোবা; নেভাঙি গোটাই থোবা
collected and saved, as money
- সঞ্চয়ীকৃতVerbal Adj.
বহু সময় ধৰি থূপ খাই থকা
collected over a long time
- সঞ্চৰণমানxon.sor.manProper Adj.
গৈ থকা বা সলনি হৈ থকা
something moving or changing.
- সঞ্চৰণশীলxon.so.ron.xilProper Adj.
গৈ থকা বা সলনি হৈ থকা
something moving or changing.
- সঞ্চৰিতxon.so.ri.toProper Adj.
গৈ থকা বা সলনি হৈ থকা
something moving or changing.
- সঞ্জাতপুষ্পxon.ja.to.pus.poVerbal Adj.
ফুলি থকা বা ফুল মেলা
in bloom or flowering
- সঞ্জাতমঞ্জৰিxon.jat.mon.jo.riProper Adj.
সময়ৰ সৈতে পৰিৱৰ্তন হৈ আকাৰ, আকৃতি আদিৰ বৃদ্ধি হোৱা নতুবা বেছি ব্যৱহাৰযোগ্য হোৱা ৷
Being changed over time so as to be stronger or more complete or more useful.
- সঞ্জীবনীsañjībanīAdjective
জীয়াই ৰখা; প্ৰাণ ৰক্ষা কৰা
enlivening; life-giving
- সঞ্জীৱনীxon.ji.bo.niProper Adj.
a substance that can save one's life
- সঞ্জীৱিতxon.ji.bi.toVerbal Adj.
জীৱনী শক্তিৰে সজীৱ কৰি তোলা
endowed with life or vigour
- সটীকsaṭīkaAdjective
টীকাৰে সৈতে; টীকা বা ব্যাখ্যা থকা
with commentary; annotated
- সঠিকsaṭhikaAdjective
নিশ্চয়; সন্দেহশূন্য; . ক্ৰি. বিণ. সঠিককৈ।
certain; exact
- সঢলনিsaḍhalaniAdjective
প্ৰকাশ্য; ব্যক্ত; সকলোবে জনা শুনা
published; known to all
- সণ্ঢালনিxon.dha.lo.niProper Adj.
যি ইতিমধ্যে প্ৰকাশ পাইছে বা যাক সকলোৱে জানে৷
What is already known by all or published
- সণ্ঢালনীয়াxon.dha.lo.niyaProper Adj.
অকণো নুলুকুৱাকৈ প্ৰকাশ কৰা (মনৰ ভাৱ)
Saying what one thinks without hiding.
- সতাঁৰxo.ta~rProper Adj.
পৰস্পৰ সংযোজিত কম্পিউটাৰৰ সমষ্টি বা ইণ্টাৰনেটৰ লগত পোনপটীয়া সংযোগেৰে কাম কৰা বা সেৱা আগবঢ়োৱা৷
connected by computer to one or more other computers or networks, as through a commercial electronic information service or the Internet.
- সতিয়ৈsatiẏaiAdjective
সতিনীৰ গৰ্ভত ওপজা; যেনে-"সতিয়ৈ পো"
born of a co-wife
- সতীsatīAdjective
পতিব্ৰতা; নিজ স্বামীক মাথোঁ ভজা
chaste
- সতৃষ্ণxo.tris.noProper Adj.
ধৈৰ্য্যবিহীন হৈ কিবা জানিবলৈ বা পাবলৈ বিছৰা
impatiently wanting to know/have more of something