← ফুৰি যাওক

সতী

satī

অৰ্থ

1.

পতিব্ৰতা; নিজ স্বামীক মাথোঁ ভজা

chaste

বিণ.

2.

সাধ্বী; ধৰ্ম্মত ৰত

virtuous

বিণ.

3.

পতিব্ৰতা তিৰোতা

a chaste woman

বি.

4.

শিবৰ ভাৰ্য্যা; দক্ষৰ কন্যা [দক্ষ-যজ্ঞত শিবৰ অপমান সহিব ন্যেবাৰি তেওঁ প্ৰাণ ত্যাগ কৰে।]; . সতী যা মৰা স্বামীৰ চিতাত পৰি প্ৰাণ ত্যাগ কৰ্

the wife of Siva ; to burn one's self with the corpse of the husband

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

সতী · অসমীয়া অভিধান