← ফুৰি যাওক

সতিয়ৈ

satiẏai

অৰ্থ

1.

সতিনীৰ গৰ্ভত ওপজা; যেনে-"সতিয়ৈ পো"

born of a co-wife

বিণ.

2.

মাকৰ সতিনী সম্বন্ধ লগা; মাহী- মাক হোবা

of step-mother

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

সতিয়ৈ · অসমীয়া অভিধান