কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কাপোৰ কানিka.po`r ka.niMaterial Noun
প্ৰাকৃতিক বা কৃত্ৰিম আঁহেৰে বোৱা, গোঁথা আদি প্ৰক্ৰিয়াৰে তৈয়াৰী এক বস্তু৷
Fabric or material formed by weaving, knitting, pressing, or felting natural or synthetic fibers.
- কাপোৰ-ওকণিkāpora-okaṇiNoun
মলিন কাপোৰত হোবা এবিধ লগা ওকণি
a kind of louse found on dirty clothes
- কাপোৰ-ওকণীka.po’r-o’.ko.niCommon Noun
বিচনা-তুলি চোফা আদিত বাস কৰা ওকনিৰ নিচিনা ৰক্তপায়ী জীৱ
lice like wingless odorous insect with a flat reddish body that infests dwellings and bedding and feeds on human blood.
- কাপ্তানkāptānaNoun
জাহাজৰ অধ্যক্ষ; সেনানায়ক।
captain
- কাপ্তান-গোহাঁইkāptāna-gohām̐iNoun
ইংৰাজৰ ফৌজে মোবামৰীয়া বিদ্ৰোহ দমন কৰি যোবাৰ পাছতে, কলীয়াভোমোৰা বৰফুকনে ইংৰাজৰ আৰ্হিত গঠন কৰা ফৌজৰ সেনাপতিজন।
captain
- কাপৰkāparaNoun
কাপোৰ
cloth
- কাপৰ-ওকণীka.por.-o’.ko.niCommon Noun
বিচনা-তুলি চোফা আদিত বাস কৰা ওকনিৰ নিচিনা ৰক্তপায়ী জীৱ
lice like wingless odorous insect with a flat reddish body that infests dwellings and bedding and feeds on human blood.
- কাফিkāphiNoun
ৰাগিণী-বিশেষ।
- কাফিংkāphimNoun
কাপোৰত টুকি নোলোবাকৈ এনেই লদাকৈ গোটোবা আফুৰ আঠা
opium
- কাফিৰkāphiraNoun
ঈশ্বৰৰ অস্তিত্ব নমনা লোক; নাস্তিক।
- কাফুৰkāphuraNoun
এবিধ গছৰ তেল বা ৰসৰপৰা কৰা বগা সুগ্ন্ধি বস্ত্ত
camphor
- কাফেৰkāpheraNoun
ঈশ্বৰৰ অস্তিত্ব নমনা লোক; নাস্তিক।
- কাফ্ৰিkāphriNoun
আফ্ৰিকা দেশৰ আদিমবাসী নিগ্ৰো জাতিৰ লোক
a Negro
- কাবা-মন্দিৰkābā-mandiraNoun
মক্কাত থকা মুছলমানৰ চাও-চকলীয়া মহা পবিত্ৰ মন্দিৰ
the most sacred temple of Muhammedans at Mecca
- কাবাইPronoun
অনিৰ্দিষ্ট কোনো এজন ব্যক্তি | ইয়াৰে জনৈক পুংলিঙ্গবাচক আৰু জনৈকা স্ত্ৰীলিঙ্গবাচক শব্দ |
Any unspecified person.
- কাবাজkābājaNoun
ৰণৰ কৌশল শিকোবা; সৈন্যক ৰণশিক্ষা দিয়া
practice in use of firearms; military manoeuvre
- কাবাডীka.ba.diAbstract Noun
দুটা দলৰ মাজত খেলা এবিধ খেল৷ একে উশাহতে প্ৰতিপক্ষৰ ক্ষেত্ৰত সোমাই ঘুৰি অহা বা প্ৰতিপক্ষৰ কোনো খেলুৱৈক চুই অহাৰ ওপৰতে নম্বৰ নিৰ্দ্ধাৰণ কৰা হয়৷
Kabaddi is a team sport originally from the Indian subcontinent. Two teams occupy opposite halves of a field and take turns sending a "raider" into the other half, in order to win points by tagging or wrestling members of the opposing team; the raider then tries to return to his own half, holding his breath during the whole raid.
- কাবাবkābābaNoun
জুইৰ তাপত সিজোবা বস্ত্ত
a roast
- কাবাব-চেনিkābāba-ceniNoun
জালুকৰ নিচিনা মছলা আৰু ঔষধত লগা ফল- বিশেষ।
- কাবালীkābālīNoun
সঙ্গীতৰ প্ৰকাৰ-বিশেষ; তাৰ সুৰ বা তাল।