← ফুৰি যাওক

কাফেৰ

kāphera

অৰ্থ

1.

ঈশ্বৰৰ অস্তিত্ব নমনা লোক; নাস্তিক।

বি.

সমাৰ্থক শব্দ

2.

ইছলামৰ অনুগামী নোহোবা জন।

বি.

সমাৰ্থক শব্দ

3.

আফগানিস্হানৰ কাফিৰিস্হান নামৰ এক অংশত বাস কৰা এটা জাতি আৰু তাৰ লোক।

বি.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কাফেৰ · অসমীয়া অভিধান