← ফুৰি যাওককাফিৰkāphiraঅৰ্থ1.ঈশ্বৰৰ অস্তিত্ব নমনা লোক; নাস্তিক।বি.সমাৰ্থক শব্দকাফেৰ · kāphera2.ইছলামৰ অনুগামী নোহোবা জন।বি.সমাৰ্থক শব্দকাফেৰ · kāphera3.আফগানিস্হানৰ কাফিৰিস্হান নামৰ এক অংশত বাস কৰা এটা জাতি আৰু তাৰ লোক।বি.সমাৰ্থক শব্দকাফেৰ · kāpheraউৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ