← ফুৰি যাওক

কাপৰ-ওকণী

ka.por.-o’.ko.ni

অৰ্থ

1.

বিচনা-তুলি চোফা আদিত বাস কৰা ওকনিৰ নিচিনা ৰক্তপায়ী জীৱ

lice like wingless odorous insect with a flat reddish body that infests dwellings and bedding and feeds on human blood.

জাতিবাচক বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কাপৰ-ওকণী · অসমীয়া অভিধান