কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ন’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- নৃশংসত্বnri.xong.xot.toAbstract Noun
মনুষ্যত্বৰ স্বাভাৱিক চৰিত্ৰৰ অভাৱজনিত অৱস্থা ৷
The act of inflict pain or suffering
- নে-নে-থে-থেne-ne-the-theNoun
সৰু ল'ৰা-ছোবালীৰ অসুখ আদি জঞ্জাল।
- নেউলneulaNoun
কেৰ্কেটুবাৰ গঢ়ৰ কিন্ত্ত তাতকৈ ডাঙৰ আৰু মাটিত থকা এবিধ জন্ত্ত
a mongoose
- নেউৰিneuriNoun
মিতিৰৰ ঘৰত খোবা ভোজ বা জলপান
hospitality enjoyed at the house of a relative or a friend
- নেওগneogaNoun
আহোম ৰজাৰ দিনৰ একশ্ৰেণী ভিতৰুবাল বিষয়া [এওঁলোক এটা দলৰ ওপৰৰ বিষয়া-ৰূপে থাকে; সেই দল অনুসৰি এই বিষয়াৰ নাম হয়; ব্ৰাহ্মণ, কলিতা আৰু আহোমৰপৰা এনে বিষয়া কৰা হয়; যেনে-তৰুবা- নেওগ তৰুবা বা মাটিয়ে যুঁজা সৈন্যৰ অধ্যক্ষ; পানী-নেওগ নৌ-সেনাৰ দলপতি; এই দুবিধক বৰনেওগ বোলে; টেকেলা-নেওগ টেকেলাৰ ওপৰৰ বিষয়া; মৰাণসকলৰ মাজতো নেওগ কৰা হৈছিল; নেওগ-গোহাঁই এদল গোহাঁইৰ মাজৰ নেওগ; নেওগ-ফুকন এদল ফুকনৰ মাজৰ নেওগ।]
an officer of the Ahom state whose duty was to supervise the work of a particular group of soldiers, postmen or other officers of rank
- নেওচনneo`.sonAbstract Noun
ভীষণ বেয়া পোৱা ভাৱ প্ৰকাশ কৰা
expression of strong disapproval
- নেওচনিneo`.so.niAbstract Noun
ভীষণ বেয়া পোৱা ভাৱ প্ৰকাশ কৰা
expression of strong disapproval
- নেওচাNoun
ঘৰ বখলিয়াই পেলাই দিয়া পুৰণি খেৰ
refuse thatch
- নেওচা-যোবাNoun
আহোম ৰজাৰ অভিষেকৰ স্নানৰ সময়ত তেওঁৰ স্নান-মণ্ডপৰ চাঙৰ তলত বহি থকা দুজন মানুহ [ৰজাই স্নান কৰা পানী ইহঁতৰ মূৰত পৰে; স্নানৰ অন্তত ইহঁতক এচৰু ৰুপ আৰু দুজনেই ৰজাআৰু ৰাইজৰ অমঙ্গল নেওচা লৈ যায়, গতিকে সিহঁতক নেওচা-যোবা বোলে।]
- নেওঠনীNoun
কুঁহিয়াৰ পেৰা শালৰ নিয়মেৰে সজা কিন্ত্ত তাতকৈ বহুত সৰু এবিধ কপাহ পেৰি গুটি গুচোবা যতন
a cotton- gin
- নেওঠনীয়াneoṭhanīẏāNoun
মাটিকাদুৰি
a kind of potherb
- নেওঠনীয়া শাকneu.tho.ni.ya xakCommon Noun
এবিদ ক্ষুদ্ৰ বন-শাক
A kind of pot herb that grows in the tropical regions of the world, especially tropical America, Africa, Asia and also in temperate Asia. It is known as a noxious weed which grows on roadsides, ditches, swamps, gardens, rice fields and tea plantations . Its leaves and young shoots are eaten as vegetable (1) or cooked in soup. A decoction is recommended as an herbal remedy to treat wounds, flatulence, nausea, vomiting, cough, bronchitis, diarrhea, dysentery and diabetes. Its root can relieve inflamed wounds (2).
- নেওতাneotāNoun
যোগ, বিয়োগ, পূৰণ আদি গণনাৰ ফলৰ সহজ লিপি
arithmetical or mathematical table
- নেওৰাne.o`.raMaterial Noun
ঘৰৰ চালৰ কাষত বৰষুণৰ পানী বৈ যাবলৈ সজা যতন।
a channel on the edge of a roof to carry off rainwater.
- নেকটাইnek-taiMaterial Noun
চোলাৰ কলাৰত মৰা, বুকুত ওলমি থকা কাপোৰ বিশেষ।
a long thin piece of material that is worn under a shirt collar, especially by men, and tied in a knot at the front.
- নেকেহnekehaNoun
গধুৰ বস্ত্ত মাটিত পৰিলে হোবাৰ নিচিনা শব্দ
an imitative word used to express the sound like that caused by the fall of a heavy thing of the ground
- নেকেৰা-ধানnekerā-dhānaNoun
এক শ্ৰেণীৰ শালি ধান।
- নেক্ নেক্nek, nekNoun
ডাঙৰ বৰষুণ হ'লে হোবাৰ শব্দ
an imitative word used to express the sound of a heavy shower
- নেক্নেকনিNoun
নেক্ নেক্ কৰা কাৰ্য্য।
- নেক্নেকীয়াneknekīẏāNoun
এবিধ বনৰীয়া আওকাঠী ওখ-ডাঙৰ গছ
a kind of forest tree; Turpinia pomifera