নেওগ
neoga
অৰ্থ
1.
আহোম ৰজাৰ দিনৰ একশ্ৰেণী ভিতৰুবাল বিষয়া [এওঁলোক এটা দলৰ ওপৰৰ বিষয়া-ৰূপে থাকে; সেই দল অনুসৰি এই বিষয়াৰ নাম হয়; ব্ৰাহ্মণ, কলিতা আৰু আহোমৰপৰা এনে বিষয়া কৰা হয়; যেনে-তৰুবা- নেওগ তৰুবা বা মাটিয়ে যুঁজা সৈন্যৰ অধ্যক্ষ; পানী-নেওগ নৌ-সেনাৰ দলপতি; এই দুবিধক বৰনেওগ বোলে; টেকেলা-নেওগ টেকেলাৰ ওপৰৰ বিষয়া; মৰাণসকলৰ মাজতো নেওগ কৰা হৈছিল; নেওগ-গোহাঁই এদল গোহাঁইৰ মাজৰ নেওগ; নেওগ-ফুকন এদল ফুকনৰ মাজৰ নেওগ।]
an officer of the Ahom state whose duty was to supervise the work of a particular group of soldiers, postmen or other officers of rank
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ