নেওচা
অৰ্থ
1.
ঘৰ বখলিয়াই পেলাই দিয়া পুৰণি খেৰ
refuse thatch
বি.
2.
শাও; শপনি; গৰিহণা; (পু. অ.) বালাই
curse; censure
3.
অপায়; অমঙ্গল; দুৰ্গতি
misfortune; calamity; distress
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ
ঘৰ বখলিয়াই পেলাই দিয়া পুৰণি খেৰ
refuse thatch
বি.
শাও; শপনি; গৰিহণা; (পু. অ.) বালাই
curse; censure
অপায়; অমঙ্গল; দুৰ্গতি
misfortune; calamity; distress
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ