← ফুৰি যাওক

নেওচা-যোবা

অৰ্থ

1.

আহোম ৰজাৰ অভিষেকৰ স্নানৰ সময়ত তেওঁৰ স্নান-মণ্ডপৰ চাঙৰ তলত বহি থকা দুজন মানুহ [ৰজাই স্নান কৰা পানী ইহঁতৰ মূৰত পৰে; স্নানৰ অন্তত ইহঁতক এচৰু ৰুপ আৰু দুজনেই ৰজাআৰু ৰাইজৰ অমঙ্গল নেওচা লৈ যায়, গতিকে সিহঁতক নেওচা-যোবা বোলে।]

বি.

2.

হতশ্ৰী হোবা; বিপদত পৰা

deprived of prosperity; overcome by misfortune

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

নেওচা-যোবা · অসমীয়া অভিধান