কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ত’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- তন্ত্তনাভtanttanābhaNoun
মকৰা
a spider
- তন্ত্ৰমন্ত্ৰton.tro.mon.troProper Noun
যাদুকৰি প্ৰভাৱেৰে ৰোগ নিৰাময় কৰা ব্যৱস্থা ৷
Ritual recitation of verbal charms or spells to produce a magic effect.
- তন্ত্ৰযানton.tro.janAbstract Noun
তিব্বতীয় বৌদ্ধ পৰম্পৰাৰ এটা উল্লেখযোগ্য ধাৰা৷
While Vajrayana Buddhism is a part of Tibetan Buddhism in that it forms a core part of every major Tibetan Buddhist school, it is not identical with it. Buddhist scholar Alexander Berzin refers to ``the Mahayana and Vajrayana traditions of Tibetan Buddhism``.
- তন্ত্ৰীtantrīNoun
বাদ্য-যন্ত্ৰৰ গুণা; তাঁৰ
a string of a musical instrument
- তন্ত্ৰীপালtantrīpālaNoun
সৈন্যৰ গৰাকী; সেনাপতি
a general
- তন্দ্ৰাtandrāNoun
বৰ ভাগৰ বা দুৰ্ব্বলতাৰ কাৰণে কলমটিয়াই থকা অবস্হা
weariness or drowsiness caused by weakness or fatigue
- তন্দ্ৰামগ্নton.dra.mog.noAbstract Noun
টোপনি যোৱা অৱস্থা
in or into a state of sleep
- তন্দ্ৰাহীনতাton.dra.hi.no.taAbstract Noun
যথেষ্ট বা সঠিকভাৱে টোপনি যাব নোৱৰা অৱস্থা।
inability to have proper or sufficient sleep.
- তন্ময়তাton.mo.yo.taAbstract Noun
লক্ষ্যৰ পৰা অলপো বিচলিত নোহোৱাকৈ কোনো দিশত চিন্তা কৰা আৰু কঠোৰ পৰিশ্ৰম কৰাৰ সামৰ্থ্য আৰু প্ৰক্ৰিয়া
the ability or the process of thinking about without distraction and working hard in one direction.
- তন্খাton.khaAbstract Noun
সাধাৰণতে মাহিলী বা বাৰ্ষিক ভিত্তিত হিচাপ কৰা, কোনো কৰ্মীক দিয়া নিৰ্দ্দিষ্ট পৰিমাণৰ ধন।
a fixed amount of money paid to a worker, usually measured on a monthly or annual basis.
- তনয়tanaẏaNoun
পুত্ৰ
a son
- তনয়াto.no.yaCommon Noun
কন্যা-সন্তান
a female child or person in relation to her parents.
- তপtapaNoun
তপস্যা; শৰীৰক দুখ দি কৰা দেবতাৰ উপাসনা
religious austerity
- তপ-লোকtapa-lokaNoun
তপস্বীবিলাকৰ আত্মাই বাস কৰা বুলি খ্যাত এক জগত; সপ্ত লোকৰ ভিতৰৰ ষষ্ঠখন লোক
the sixth heavenly region believed to be inhabited by the saints
- তপঃক্লেশtapaḥkleśaNoun
তপৰ আচৰণৰ পোবা দুখ
pain of religious austerity
- তপক্লেশAbstract Noun
ভাল অৱস্থাত নাথাকোতে হোৱা অনুভূতি
emotions experienced when not in a state of well-being
- তপচিলtop.silAbstract Noun
কোনো প্ৰস্তাৱিত উদ্দেশ্যৰ কাৰণে সাধাৰণতে লিখিত ভাৱে তৈয়াৰ কৰা এক প্ৰণালীৱদ্ধ পৰিকল্পনা, বিশেষকৈ নিৰ্দ্দিষ্ট কাৰ্য্য সম্পন্ন কৰিবলৈ লগা পৰ্য্যায়-ক্ৰম আৰু তাৰ বাবে লগা সময়ৰ তালিকা।
A plan of procedure, usually written, for a proposed objective, esp. with reference to the sequence of and time allotted for each item or operation necessary to its completion.
- তপচৰ্যাAbstract Noun
স্বাৰ্থহীন আসক্তি আৰু উচৰ্গাৰ মনোভাৱ, কোনো ব্যক্তি বা আদৰ্শৰ প্ৰতি
Selfless affection and dedication, as to a person or principle
- তপছিলtapachilaNoun
বিস্তাৰিত বিবৰণ; তালিকা; পৱথক পৱথককৈ দিয়া বিবৰণ
a schedule; a detailed description
- তপত-পিণ্ডtapata-piṇḍaNoun
মৱতকক দাহ কৰাৰ পাছতে দিয়া পিণ্ড
a kind of offering made to a dead person immediately after his cremation