তন্ত্ৰীপাল
tantrīpāla
অৰ্থ
1.
সৈন্যৰ গৰাকী; সেনাপতি
a general
বি.
2.
বিৰাট ৰাজ্যত অজ্ঞাতবাস কৰোঁতে সহদেবে লোবা নাম; যেনে-"যুধিষ্ঠিৰে থৈলে মোৰ তন্ত্ৰীপাল নাম" (বিৰাট-পৰ্ব্ব)।
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ