← ফুৰি যাওক

তন্ত্ৰী

tantrī

অৰ্থ

1.

বাদ্য-যন্ত্ৰৰ গুণা; তাঁৰ

a string of a musical instrument

বি.

2.

বীণ

a lute

বি.

3.

তাঁতী; যেনে-"তুমি চৰ্চ্চিবাহা তন্ত্ৰীগণ" (শঙ্কৰদেব)

a weaver

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ