← ফুৰি যাওক

তপচিল

top.sil

অৰ্থ

1.

কোনো প্ৰস্তাৱিত উদ্দেশ্যৰ কাৰণে সাধাৰণতে লিখিত ভাৱে তৈয়াৰ কৰা এক প্ৰণালীৱদ্ধ পৰিকল্পনা, বিশেষকৈ নিৰ্দ্দিষ্ট কাৰ্য্য সম্পন্ন কৰিবলৈ লগা পৰ্য্যায়-ক্ৰম আৰু তাৰ বাবে লগা সময়ৰ তালিকা।

A plan of procedure, usually written, for a proposed objective, esp. with reference to the sequence of and time allotted for each item or operation necessary to its completion.

গুণবাচক বিশেষ্য

সমাৰ্থক শব্দ

2.

নথিভুক্ত কৰাৰ বাবে লিখিত অথবা ছপা ৰূপত অৰ্থপূৰ্ণভাৱে এক ক্ৰমত সজোৱা এলানি নাম বা অন্য বস্তু।

a series of names or other items written or printed together in a meaningful grouping or sequence so as to constitute a record.

বস্তুবাচক বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

তপচিল · অসমীয়া অভিধান