কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘অ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- অকালীakālīNoun
শিখ সম্প্ৰদায়-বিশেষ।
- অকায়akāẏaNoun
ৰাহু গ্ৰহ। দেবতাৰ শাৰীত গৈ অমৱত খাবলৈ ধৰোঁতে বিষ্ণুবে তেওঁৰ মূৰটো ডিঘিয়ে সৈতে কাটি পেলালে আক ডিঙিলৈকে অমৱত খোবাৰ কাৰণে মূৰৰ ছোৰা অমৰ হয়; পাছে বিষ্ণুবে বৰ দি তেওঁক ৰাহু গ্ৰহ কৰিলে আৰু আহাৰ স্বৰূপে চন্দ্ৰ-সূৰ্য্যক এবাৰ এবাৰপ গ্ৰাস কৰিবলৈ অনুমতি দিলে; "কেতু" চোবাঁ।
- অকাৰo.karProper Noun
জগত বা ব্ৰহ্মাণ্ডৰ সৃষ্টি কৰোঁতা, ত্ৰিমূৰ্তিৰ প্ৰথমজন দেৱতা ৷
One of the trilogy of Hindu Mythology. Considered to be the creator of the Universe.
- অকাৰণakāraṇaNoun
অনাবশ্যক; অবাব
absence of cause, reason or necessity
- অকাৰ্যakāryaNoun
বেয়া কাম; কুকৰ্ম্ম
unworthy deed; vicious act
- অকাৰ্য্যakāryyaNoun
বেয়া কাম; কুকৰ্ম্ম
unworthy deed; vicious act
- অকাৰ্য্যকাৰিতাo.kar.jyo.ka.ri.taVerbal Noun
কাৰ্য্যকাৰিতা বা সফলতাৰ অভাৱ
lack or absence of results or success
- অকিঞ্চনakiñcanaAdjective
মহা দৰিদ্ৰ; অতি দুখীয়া
extremely poor
- অকীকMaterial Noun
এবিধ ধোৱা বৰণৰ ৰত্ন, গহনাত ব্যৱহাৰ কৰা হয়৷
a microcrystalline, translucent variety of quartz, often milky or grayish.
- অকীৰ্তিakīrtiNoun
দুৰ্নাম; অখ্যাতি; অপযশ; বেয়া কাম; বিণ. অকীৰ্ত্তিকৰ, অকীৰ্ত্তিকৰ; নিন্দা-জনক; কুখ্যাতি জন্মোবা
ill fame; bad reputation; misdoing ; unworthy; disreputable
- অকীৰ্ত্তিakīrttiNoun
দুৰ্নাম; অখ্যাতি; অপযশ; বেয়া কাম; বিণ. অকীৰ্ত্তিকৰ, অকীৰ্ত্তিকৰ; নিন্দা-জনক; কুখ্যাতি জন্মোবা
ill fame; bad reputation; misdoing ; unworthy; disreputable
- অকুটিলতাo.ku.ti.lo.taAbstract Noun
the quality which makes people simple
- অকুতোভয়তাo.ku.to`.bho.yo.taAbstract Noun
ভয়ক অৱজ্ঞা কৰিব পৰা গুণ৷
Ability to disregard fear.
- অকুপ্যo.ku.pyoMaterial Noun
অতিশয় নমনীয় হালধীয়া বৰণৰ এক মূল্যবান ধাতৱ মৌল, যি বিজাৰিত বা ক্ষয়িত নহয়৷ পাৰমাণৱিক চিহ্নঃ Au; পাৰমাণৱিক ভৰঃ ১৯৬.৯৬৭; পাৰমাণৱিক সংখ্যাঃ ৭৯; আপেক্ষিক গুৰুত্বঃ ১৯.৩, ২০ ডিগ্ৰী চেলচেয়াচ উষ্ণতাত৷
a precious yellow metallic element, highly malleable and ductile, and not subject to oxidation or corrosion. Symbol: Au; atomic weight: 196.967; atomic number: 79; specific gravity: 19.3 at 20°C.
- অকুমাৰakumāraNoun
বিধি অনুসাৰে কাম চলাবলৈ বয়স পূৰ নোহাবা ল'ৰা; কুমাৰ; নাবালক
a minor
- অকুমাৰীo.ku.ma.riCommon Noun
অবিবাহিত কম বয়সৰ মাইকী মানুহ ৷
An unmarried youthful female person.
- অকুলakulaNoun
অজাতি; নীহ কুল; ; বিণ. অকুলীয়া।
low origin or caste
- অকুলনakulanaNoun
অভাব; অনাটন
want; insufficiency
- অকুলীনNoun
নীহ জাতিৰ মানুহ
a person of low origin
- অকুলীয়ানNoun
নীহ জাতিৰ মানুহ
a person of low origin