← ফুৰি যাওক

অকাৰ্য

akārya

অৰ্থ

1.

বেয়া কাম; কুকৰ্ম্ম

unworthy deed; vicious act

বি.

সমাৰ্থক শব্দ

2.

বিসঙ্গতি; বিপৰীত ঘটনা; দুৰ্ঘটনা

a strange or untoward event

বি.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ