কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ৰ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ৰাঙীrāṅīAdjective
ৰঙা বৰণৰ
red
- ৰাজকীয়rājakīẏaAdjective
ৰজাৰ; ৰাজ-ঘৰীয়া; ৰাজ্য-শাসন-সম্বন্ধীয়
royal; pertaining to a king or his government
- ৰাজঘৰrājagharaAdjective
ৰজা হ'বৰ উপযুক্ত; ৰাজ্য চলাৰ পৰা; ৰজাৰ নিচিনা, যেনে-"ৰাজধৰ পুত্ৰ এন্তে হৈব পুত্ৰবতী" (মা. ক., লঙ্কাকাণ্ড)।
- ৰাজচক্ৰৱৰ্ত্তীraj.sok.ro.wor.tiProper Adj.
স্বনিয়ন্ত্ৰিত হোৱা (কোনো ৰাষ্ট্ৰ)
The ability of a government to control its own territory.
- ৰাজতুল্যraj.tu.lyoProper Adj.
ৰজাৰ নিচিনা
like a king, connected with or good enough for a king
- ৰাজদ্ৰোহীNoun
ৰজাৰ দ্ৰোহ বা অনিষ্ট আচৰণ কৰা মানুহ; ৰজা ভাঙিবলৈ যত্ন কৰা মানুহ
a rebel
- ৰাজধৰraj.dhorProper Adj.
ৰজা হোৱাৰ উপযুক্ত বা ৰজাৰ নিচিনা
fit to be a king or befitting a king
- ৰাজনৈতিকraj.noi.tikProper Adj.
এখন দেশৰ চৰকাৰ আৰু ৰাজহুৱা বিষয় সম্পৰ্কীয়
relating to the govenment or public affairs of a country
- ৰাজপত্ৰিতraj.pot.ritVerbal Adj.
চৰকাৰীভাৱে ৰাজপত্ৰত প্ৰকাশিত বা ঘোষিত তালিকাভুক্ত
published, announced, or listed in an official government journal
- ৰাজবংশীrājabaṃśīAdjective
ৰজাৰ বংশত জন্মা; . বি. ৰজাৰ বংশৰ মানুহ
descended from a king ; a descendant of a king
- ৰাজবল্লভrājaballabhaNoun
ৰজাৰ প্ৰিয় বা ভাল পোবা মানুহ; ৰজাৰ খাটনিয়াৰ
the favourite of a king
- ৰাজভোগ্যrājabhogyaAdjective
ৰজাই ব্যবহাৰ বা ভোগ কৰিবৰ উপযুক্ত; অতি উত্তম
fit to be enjoyed or used by a king; excellent
- ৰাজযোগ্যrājayogyaAdjective
ৰজাৰ যোগ্য বা উপযুক্ত
fit for a king
- ৰাজসিকrājasikaAdjective
ৰজোগুণ-যুক্ত; নাম, যশস্যা বিচৰা (লোক, কাম)
done with a desire to win fame in the world
- ৰাজহুৱাra.jo.hu.waProper Adj.
ৰাইজৰ অধিকাৰ থকা অথবা ৰাইজৰ লগত সম্পৰ্ক থকা ৷
Of or pertaining to the people; belonging to the people; relating to, or affecting, a nation, state, or community.
- ৰাজীrājīAdjective
মান্তি; সম্মত
offering consent; consentient; agreeable
- ৰাজোচিতra.jo`.sitProper Adj.
ৰজাৰ দৰে বা ৰজাৰ বাবে যোগ্য।
Befitting a supreme ruler like a king or a monarch.
- ৰাজ্যচ্যুতrājyacyutaAdjective
"ৰাজ্যভ্ৰষ্ট" চোবাঁ।
- ৰাজ্যভ্ৰষ্টrājyabhraṣṭaAdjective
ৰাজ্যচ্যুত; ৰাজ্যৰ শাসনৰপৰা বঞ্চিত
Dethroned; deposed from rule
- ৰাজ্যময়rājyamaẏaAdjective
গোটেই দেশত ৰিয়পা (অশান্তি আদি)
spread throughout the kingdom