← ফুৰি যাওক

ৰাজঘৰ

rājaghara

অৰ্থ

1.

ৰজা হ'বৰ উপযুক্ত; ৰাজ্য চলাৰ পৰা; ৰজাৰ নিচিনা, যেনে-"ৰাজধৰ পুত্ৰ এন্তে হৈব পুত্ৰবতী" (মা. ক., লঙ্কাকাণ্ড)।

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ৰাজঘৰ · অসমীয়া অভিধান