← ফুৰি যাওক

ৰাজভোগ্য

rājabhogya

অৰ্থ

1.

ৰজাই ব্যবহাৰ বা ভোগ কৰিবৰ উপযুক্ত; অতি উত্তম

fit to be enjoyed or used by a king; excellent

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ৰাজভোগ্য · অসমীয়া অভিধান