কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ব’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- বলিয়াbaliẏāTransitive verb
ঘূৰণীয়া কৰ্; যেনে-"জঙ্ঘা দুই বৰ্ত্তুল কুন্দত বলিয়াইল" (মা. ক., লঙ্কাকাণ্ড)।
- বলিয়াৰbaliẏāraAdjective
বলী; যথা-"এহেন্তে ৰাম মহা বলিয়াৰ। মঞি সমে তুমি কৰা প্ৰহাৰ" (কীৰ্ত্তন)।
- বলীbalīAdjective
বলযুক্ত; শক্তি থকা (পুৰুষ বা তিৰোতা)
strong; vigorous
- বলী-দানীAdjective
অতি দানী
very bountiful
- বলীয়ানbo.li.yanProper Adj.
প্ৰবল ভৌতিক বা শাৰীৰিক শক্তি থকা
capable of exerting great physical force
- বলয়াকাৰbo.lo.ya.karProper Adj.
বলয় বা আঙঠি আকৃতিৰ।
having the form of a ring.
- বলয়াকৃতিbo.lo.ya.kri.tiProper Adj.
বৃত্তৰ নিচিনা আকাৰৰ; বৃত্তীয় বা সৰ্পিল পথেৰে গতি কৰা বা বৰ্ণনা কৰা
having the form of a circle; moving in or describing a circle or spiral
- বলয়ীকৃতProper Adj.
আঙঠিৰ দৰে খণ্ডৰ দ্বাৰা গঠিত
formed of ring-like segments
- বলৱন্তbo.lo.won.toProper Adj.
প্ৰবল ভৌতিক বা শাৰীৰিক শক্তি থকা
capable of exerting great physical force
- বলৱানbo.lo.banProper Adj.
প্ৰবল ভৌতিক বা শাৰীৰিক শক্তি থকা
capable of exerting great physical force
- বশbaśaNoun
অধীনতা; তলতীয়া অবস্হা
subjugation; obedience
- বশবৰ্তীAdjective
বশ; বাধ্য; অধীন
submissive; obedient
- বশবৰ্ত্তীAdjective
বশ; বাধ্য; অধীন
submissive; obedient
- বশম্বদAdjective
অধীন বুলি স্বীকাৰ কৰা; বাধ্য; আজ্ঞামতে চলা; আজ্ঞানুবৰ্ত্তী
obedient
- বশীকৃতbo.xi.kri.toVerbal Adj.
যি কোনো যুদ্ধ বা খেলত হাৰিছে
one who has lost in a battle or game
- বশীকৱতAdjective
বশলৈ অনা; বশ কৰা; মোহিত কৰা
subjugated; bewitched; enchanted
- বশীভূতAdjective
বশ হোবা; অধীন
subjugated
- বশ্যbaśyaAdjective
বাধা; তলতীয়া
docile; submissive; obedient
- বশৱৰ্ত্তীbo.xo.bor.tiProper Adj.
কৰ্ত্তৃত্বশীল কোনো লোকৰ নিৰ্দ্দেশ, আদেশ বা তাগিদা নিষ্ঠাৰে পালন কৰা
Dutifully complying with the commands, orders, or instructions of one in authority
- বসতীয়াbasatīẏāNoun
আনৰ মাটি খোবা বি. মাটিত বসতি কৰা মানুহ; তলতীয়া বায়ত
a sub-tenant