← ফুৰি যাওক

বশ

baśa

অৰ্থ

1.

অধীনতা; তলতীয়া অবস্হা

subjugation; obedience

বি.

2.

অধীন; তলতীয়া; কথা শুনা; প্ৰাধান্য স্বীকাৰ কৰা

subdued; subjugated; submitting to; abiding

বিণ.

3.

মোহিত; ভাল যোবা

charmed

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

বশ · অসমীয়া অভিধান