← ফুৰি যাওক

বলিয়া

baliẏā

অৰ্থ

1.

ঘূৰণীয়া কৰ্; যেনে-"জঙ্ঘা দুই বৰ্ত্তুল কুন্দত বলিয়াইল" (মা. ক., লঙ্কাকাণ্ড)।

সক. ধা.

2.

কুমাৰে-মাটিৰ সাজ গঢ়তে ব্যবহাৰ কৰা মাটিৰে সজা আৰু জুইত পোৰা হাতুৰীৰ নিচিনা সঁজুলি

an earthen hammer used by a potter

বি.

3.

উন্মত্ত; পগলা

mad

বিণ.

4.

পগলা মানুহ

a mad man

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ