বশম্বদ
অৰ্থ
1.
অধীন বুলি স্বীকাৰ কৰা; বাধ্য; আজ্ঞামতে চলা; আজ্ঞানুবৰ্ত্তী
obedient
বিণ.
2.
অনুগত; বাধা; অধীন।
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ