কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কনিষ্ঠতমko.nis.tho.tomProper Adj.
উল্লেখিত গোট বা সমষ্টিৰ ভিতৰত বয়সত সকলোতকৈ সৰু
the younger than any other in a given group
- কনিষ্ঠাko.nis.thaProper Adj.
বয়সত সৰু, পাছত জন্মা বা সৰু ভায়েক
smaller in age; born after; younger brother
- কন্কনীয়াAdjective
কন্কন্ শব্দ কৰা, এতেকে খুব শুকান (খৰি আদি)
perfectly dry
- কন্দনা-মুবাkandanā-mubāAdjective
কন্দা যেন মুখ যাৰ; কান্দো কান্দো যেন হোবা; শোক বা বিষাদ-যুক্ত
having a sad countenance
- কন্দনামুৱাkon.do.na.mu.waProper Adj.
চকুপানীৰে ভৰা (চকু)
(eyes) full of tears for an expressed unhappy event
- কন্দলীয়াkon.do.li.yaProper Adj.
আনৰ লগত সততে কাজিয়া বা আক্ৰমণ কৰিবলৈ বিচৰা মানুহ৷
one who frequently fight or argue with others
- কন্দুৰাkandurāAdjective
যি কান্দি থাকে; কান্দি থকা অভ্যাসৰ
habitually crying
- কন্দৰ্পকান্তিkon.dor.po.kan.tiProper Adj.
দেখিবলৈ শুৱনি বা আকৰ্ষণীয় (পুৰুষৰ ক্ষেত্ৰত প্ৰযোজ্য)।
good looking or attractive (refers to a man).
- কন্যা-দায়গ্ৰস্তko.nya-day.gros.toProper Adj.
বিবাহ-যোগ্য দুহিতাক বিয়া দিয়াৰ দায়িত্ব থকা
having the responsiblity of arranging marriage of grown-up daughters
- কপকপীয়াAdjective
টপ্টপীয়া; অনৰ্থক বকি থকা; ক'ব নলগীয়া কথা কৈ ফুৰা
babbling senselessly
- কপট-শূন্যko.pot-xu.nyoProper Adj.
অকণো নুলুকুৱাকৈ প্ৰকাশ কৰা (মনৰ ভাৱ)
Saying what one thinks without hiding.
- কপটাচাৰীko.po.ta.sa.riProper Adj.
যাৰ মনত কঁপট ভাৱ থাকে, কপটাচাৰ কৰা লোক।
to give a false or misleading appearance to; conceal the truth or real nature.
- কপটীAdjective
কপট-ভাব থকা; কপট ভাব ৰখা
hypocritical; having concealed ill-feeling
- কপটীয়াAdjective
কপট-ভাব থকা; কপট ভাব ৰখা
hypocritical; having concealed ill-feeling
- কপলীয়াkapalīẏāAdjective
কপালী; সৌভাগ্যবান; ভাগ্যবান
lucky; fortunate
- কপাল ফুটাAdjective
দুৰ্কপলীয়া; সৌভাগ্য উপস্হিত হ; কপাল মুকলি হ; ভাগ্যবান হ
to have good luck or fortune
- কপালহীনkapālahīnaAdjective
ভাগ্যহীন; দুৰ্ভগীয়া; দুৰ্কপলীয়া
unfortunate
- কপালীko.pa.liProper Adj.
যাৰ ভাগ্য ভাল ৷
Having unexpected good fortune and luck.
- কপাহগুটীয়াkapāhaguṭīẏāNoun
এবিধ বন; তাৰ ফুল কপাহৰ নিচিনা বগা
a kind of weed
- কপাহীkapāhīAdjective
কপাহৰপৰা প্ৰস্ত্তত কৰা
made of cotton