← ফুৰি যাওক

কপকপীয়া

অৰ্থ

1.

টপ্টপীয়া; অনৰ্থক বকি থকা; ক'ব নলগীয়া কথা কৈ ফুৰা

babbling senselessly

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কপকপীয়া · অসমীয়া অভিধান