কপাহগুটীয়া
kapāhaguṭīẏā
অৰ্থ
1.
এবিধ বন; তাৰ ফুল কপাহৰ নিচিনা বগা
a kind of weed
বি.
2.
ভৰিৰ তলূবাৰ ছালৰ ভিতৰত কপাহ-গুটিৰ নিচিনা গোটা আৰু টান হৈ হোবা এবিধ খছ
small and morbid swelling on the sole of the food
বি.
3.
কপাহ-গুটিৰ আকাৰৰ; কপাহ-গুটিৰ নিচিনা বা তাৰ সমান
like or equal in size to a cotton seed
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ