← ফুৰি যাওক

কপালী

ko.pa.li

অৰ্থ

1.

যাৰ ভাগ্য ভাল ৷

Having unexpected good fortune and luck.

প্ৰকৃত বিশেষণ

সমাৰ্থক শব্দ

2.

কপালত ওলোমাই পিন্ধা গহনা

an ornament or jewelry worn on the forehead

বস্তুবাচক বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ